অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ | ফকৰা যোজনা

উক্ত ফকৰাটোৰ সাৰমৰ্ম এয়ে যে অভ্যাসৰ অসাধ্য একো নাই। নেৰানেপেৰা প্ৰচেষ্টাৰ বলত মানুহে অসম্ভৱ যেন লগা কামো অনায়াসে সম্পাদন কৰিব পাৰে। অভ্যাসৰ মহিমাৰ উদাহৰণ জগতত ভুৰি ভুৰি পোৱা যায়। মহাবীৰ অৰ্জুনে কাঁড়েৰে মাছৰ চকু বিদ্ধ কৰা ঘটনাটিৰ কথা এই প্ৰসঙ্গতে স্মৰণ কৰিব কামূলক পাৰি।

READ MORE  উলুৰ লগত বগৰী পোৰা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top