একতাই পৰম শক্তি | ফকৰা যোজনা

একতাই পৰম শক্তিঃ গাইগুটীয়াকৈ কোনো কাম কৰাতকৈ কেইবাজনো লগ হৈ কৰা কাম সহজতৰ আৰু অধিক ফলদায়ক হয়। কঁহা-কঁহা কৈ থকা মৰাপাটৰ আঁহ যি কোনো বলৱান লোকেই চিঙিব পাৰে। কিন্তু সেই একেই কঁহা-কঁহা মৰাপাটৰ আঁহেৰে তৈয়াৰী ৰচী এডাল শক্তিশালী হাতীয়েও চিঙিব নোৱাৰে।

একেদৰে গাইগুটীয়াভাৱে সমাজ বা ৰাষ্ট্ৰৰ উন্নতি কৰা টান যদিও সকলোৱে সমূহীয়া শক্তিৰে সমাজ তথা দেশৰ উন্নতি সাধন কৰা সম্ভৱপৰ। সেয়েহে একতাক পৰম শক্তি বুলি গণ্য করা হয়। এই শক্তিৰ বিকল্প নাই।

READ MORE  অধিক মাছত বগলী কণা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top