বিপৰীতাৰ্থক শব্দ | অসমীয়া বিপৰীত শব্দ | বিপৰীত শব্দ তালিকা | Assamese Opposite Words | Opposite Word List
বিপৰীতাৰ্থক শব্দ
শব্দ | বিপৰীত শব্দ |
আচামী | ফৰিয়াদী |
যশ | অপযশ |
ৰজা | প্ৰজা |
অমৃত | গৰল |
ইহকাল | পৰকাল |
আপােন | পৰ |
উত্থান | পতন |
হাঁহি | কান্দোন |
অপমান | মান |
সস্তা | মহঙা |
পুৰুষ | মহিলা |
স্বাধীন | পৰাধীন |
বাহ্যিক | আভ্যন্তৰীণ |
ধুনীয়া | কুৎসিত |
আৱিৰ্ভাৱ | তিৰােভাৱ |
বিস্তত | সংক্ষিপ্ত |
সতী | অসতী |
সাক্ষৰ | নিৰক্ষৰ |
উভৈনদী | অভাৱ |
জটিল | সৰল |
সৰস | নিৰস |
নিলগৰ | ওচৰ |
বিখ্যাত | অখ্যাত |
গ্ৰহণ | বৰ্জন |
অভ্যাস | অনভ্যাস |
অনুকূল | প্ৰতিকূল |
গুণ | দোষ |
নিদ্ৰা | অনিদ্ৰা |
আকাশ | পাতাল |
উপকাৰ | অপকাৰ |
দেশপ্ৰেমিক | দেশদ্ৰোহী |
উচচ | নীচ |
জয় | পৰাজয় |
ৰােগী | নিৰােগী |
সম্পূৰ্ণ | অসম্পূৰ্ণ |
অতিবৃষ্টি | অনাবৃষ্টি |
দাতা | গ্ৰহীতা |
বিনয় | গৰ্ব |
বিৰাম | অবিৰাম |
চোকা | ভােটা |
দ’ | বাম |
ইহলােক | পৰলােক |
সুগম | দুৰ্গম |
প্ৰত্যক্ষ | পৰােক্ষ |
গহীন | চঞ্চল |
ইচ্ছা | অনিচ্ছা |
বিধৱা | সধবা |
আচাৰ | অনাচাৰ |
সদয় | নিৰ্দয় |
প্ৰবেশ | প্ৰস্থান |
প্ৰাচীন | আধুনিক |
বৰ্তমান | অবৰ্তমান |
উদাৰ | সংকীৰ্ণ |
অনুগ্ৰহ | নিগ্ৰহ |
আদান | প্ৰদান |
বৈধ | অবৈধ |
সম্ভৱ | অসম্ভৱ |
অধম | উত্তম |
ইষ্ট | অনিষ্ট |
জুতি | বিজুতি |
আয় | ব্যয় |
গৰিষ্ঠ | লঘিষ্ঠ |
স্থায়ী | অস্থায়ী |
কৃতজ্ঞ | অকৃতজ্ঞ |
পুৰণি | নতুন |
উৎকৃষ্ট | নিকৃষ্ট |
আকাৰ | নিৰাকাৰ |
ঐক্য | অনৈক্য |
সুচল | দুৰ্গম |
উৰ্বৰ | অনুবৰ |