বিপৰীতাৰ্থক শব্দ | অসমীয়া বিপৰীত শব্দ | বিপৰীত শব্দ তালিকা | Assamese Opposite Words | Opposite Word List

বিপৰীতাৰ্থক শব্দ

শব্দবিপৰীত শব্দ
আচামীফৰিয়াদী
যশঅপযশ
ৰজাপ্ৰজা
অমৃতগৰল
ইহকালপৰকাল
আপােনপৰ
উত্থানপতন
হাঁহিকান্দোন
অপমানমান
সস্তামহঙা
পুৰুষমহিলা
স্বাধীনপৰাধীন
বাহ্যিকআভ্যন্তৰীণ
ধুনীয়াকুৎসিত
আৱিৰ্ভাৱতিৰােভাৱ
বিস্ততসংক্ষিপ্ত
সতীঅসতী
সাক্ষৰনিৰক্ষৰ
উভৈনদীঅভাৱ
জটিলসৰল
সৰসনিৰস
নিলগৰওচৰ
বিখ্যাতঅখ্যাত
গ্ৰহণবৰ্জন
অভ্যাসঅনভ্যাস
অনুকূলপ্ৰতিকূল
গুণদোষ
নিদ্ৰাঅনিদ্ৰা
আকাশপাতাল
উপকাৰঅপকাৰ
দেশপ্ৰেমিকদেশদ্ৰোহী
উচচনীচ
জয়পৰাজয়
ৰােগীনিৰােগী
সম্পূৰ্ণঅসম্পূৰ্ণ
অতিবৃষ্টিঅনাবৃষ্টি
দাতাগ্ৰহীতা
বিনয়গৰ্ব
বিৰামঅবিৰাম
চোকাভােটা
দ’বাম
ইহলােকপৰলােক
সুগমদুৰ্গম
প্ৰত্যক্ষপৰােক্ষ
গহীনচঞ্চল
ইচ্ছাঅনিচ্ছা
বিধৱাসধবা
আচাৰঅনাচাৰ
সদয়নিৰ্দয়
প্ৰবেশপ্ৰস্থান
প্ৰাচীনআধুনিক
বৰ্তমানঅবৰ্তমান
উদাৰসংকীৰ্ণ
অনুগ্ৰহনিগ্ৰহ
আদানপ্ৰদান
বৈধঅবৈধ
সম্ভৱঅসম্ভৱ
অধমউত্তম
ইষ্টঅনিষ্ট
জুতিবিজুতি
আয়ব্যয়
গৰিষ্ঠলঘিষ্ঠ
স্থায়ীঅস্থায়ী
কৃতজ্ঞঅকৃতজ্ঞ
পুৰণিনতুন
উৎকৃষ্টনিকৃষ্ট
আকাৰনিৰাকাৰ
ঐক্যঅনৈক্য
সুচলদুৰ্গম
উৰ্বৰঅনুবৰ

READ MORE  এটা শব্দত প্ৰকাশ কৰা | Expression in One Word In Assamese

Leave a Comment

error: Content is protected !!
Scroll to Top