উপকাৰীক অজগৰে খায় | ফকৰা যোজনা

সেইদৰে দুষ্ট লোকেও উপকাৰীৰ উপকাৰ কথা চিন্তা নকৰি, সদায় অপকাৰ কৰিবলৈ চেলু বিচাৰি ফুৰে। এতেকে উপকাৰীৰ উপকাৰৰ শলাগ নোলোৱা অকৃতজ্ঞসকলৰ পৰা সদায় সাবধানে থকা উচিত।

READ MORE  অতি ভক্তি চোৰৰ লক্ষণ | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top