টেঙা আম এবাৰহে বেচিব পাৰি | ফকৰা যোজনা

টেঙা আম এবাৰহে বেচিব পাৰিঃ টেঙা আম মানুহে নিকিনে, কেতিয়াবা টেঙা আমকে আম বেচোতাই মিঠা আম বুলি কৈ বিক্ৰী কৰে। কিন্তু মিঠা আম বুলি কিনা সেই আম টেঙা হ’লে কিনোতাই আৰু সেই টেঙা আম বেচোতাজনৰ পৰা কেতিয়াও নিকিনে।

গতিকে ফাকি দি মানুহে এবাৰহে কোনো কাম কৰিব পাৰে, অথবা মানুহক ঠগ-প্রবঞ্চনা এবাৰহে কৰিব পাৰে, সদায় কৰিব নোৱাৰে।

READ MORE  অধিক মাছত বগলী কণা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top