সমাৰ্থক শব্দ তালিকা | Samarthak Shobdo | অসমীয়া সমাৰ্থক শব্দ | Synonyms in Assamese

সমাৰ্থক শব্দ

শব্দসমাৰ্থক শব্দ
গিৰিপৰ্বত, নগ, পাহাৰ, শৈল
ৰাতিৰাত্ৰি, নিশি, ৰজনী, শৰ্বৰী, নিশা
শােণিততেজ,ৰুধিৰ, ৰক্ত
বায়ুপৱন, বতাহ, সমীৰ, মৰুৎ
সূৰ্য্যবেলি, তপন, মিহিৰ, ভাস্কৰ, ৰবি
মেঘডাৱৰ, বলাহৱা, জলধৰ
কপালললাট, ভাগ্য
পানী জল, বাৰি, উদক, সলিল
জীৱন প্ৰাণ, জীউ, জীৱ
কন্যাজীয়ৰী, তনয়া,জী, পুত্ৰী
চকুনয়ন, নেত্ৰ
উত্তমপৰম, শ্ৰেষ্ঠ
পােৰ জেউতি, প্ৰকাশ
ধৰণীপৃথিৱী, মেদিনী, ধৰা,বসুমতী, ধৰিত্ৰী, জগত
কমলপদুম, পংকজ, অৰবিন্দ
সাগৰসমুদ্ৰ, ৰত্নাকৰ, পয়ােধৰ, জলধি
সােণ স্বৰ্ণ, কনক, হেমা
শৰীৰদেহ, তনু, কায়া, কলেৱৰ
নদীনৈ,নদ, তটিনী, স্ৰোতস্বিনী
চৰাইপক্ষী, বিহগ, খগ, বিহংগ
অগ্নি জুই, অনল,বহ্নি
বৃক্ষগছ, তৰু, মহীৰূহ, দ্ৰুম
জিভাজিহ্বা, ৰসনা
নাকনাসিকা, নাসা
গংগাভাগীৰ্থী, মন্দাকিনী, জাহ্নৱী
সেৱকদাস, ভৃত্য, অনুচৰ, কিংকৰ
বননিকানন, জংগল, অৰণ্য
উপবনবাগিচা, উদ্যান
ভাইভাতৃ, ভ্ৰাতা, সহােদৰ
সাপসৰ্প, নাগ, উগ, অহি, ভুজংগ
গৃহঘৰ, আলয়, ভৱন, নিকেতন, নিলয়
ৰজাভূপতি, ৰাজন,নৰপতি, ৰাজেশ্বৰ
মানুহমানৱ, নৰ, মনুষ্য
দেৱতাদেৱ, অমৰ, অজৰ, সুৰ
ফুল পুষ্প, কুসুম, সুমন, প্ৰসূন
দিনদিবা, দিৱস
আকাশগগন, ব্যোম, নীলিমা, অম্বৰ
হ্ৰদসৰােবৰ, জলাশয়
আদৰমৰম, লাহৰ, আপচোচ
ৰাক্ষস দৈত্য, অসুৰ, দানৱ
READ MORE  হস্তিবিদ্যাৰ্ণৱ পুথি | Class 12 Assamese (MIL) - AHSEC

2 thoughts on “সমাৰ্থক শব্দ | Samarthak Shobdo | Synonyms in Assamese”

Leave a Comment

error: Content is protected !!
Scroll to Top