সন্মান | Chapter 16 | Class 9 Assamese (MIL) - SEBA

সন্মান | Chapter 16 | Class 9 Assamese – SEBA

সন্মান | Chapter 16 | Class 9 Assamese Chapter 16 সন্মান | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 16 Notes | SEBA Class 9 Assamese Chapter 16 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 16 সন্মান| Assam Class 9 Assamese Questions and Answers Assam | Class 9 সন্মান Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 16 সন্মান


সন্মান

(হেমচন্দ্ৰ বৰুৱা)

অতি চমু প্ৰশ্নোত্তৰ

1.কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়?
উত্তৰঃ শিক্ষকৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়।

2. সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ পাঠমালা থিৰ পৰা লোৱা হৈছে।

3. সকলোৱে কাক ভক্তি কৰা উচিত?
উত্তৰঃ সকলোৱে ভগৱানক ভক্তি কৰা উচিত।

4. ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে?
উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব নোৱাৰে।
নাইবাঃ নোৱাৰে। পৃথিৱীত এনে বস্তুনাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।

5. হেমচন্দ্ৰ বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা।
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম হল— অসমীয়া ব্যাকৰণ।

6. কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন?
উত্তৰঃ কানীয়াৰ কীৰ্তন ৰচক হল – হেমচন্দ্ৰ বৰুৱা।

7. কোনসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে?
উত্তৰঃ ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এইসকলক লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে।

8. তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা – তেওঁ কোন?
উত্তৰঃ ৰজা তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা – ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে।
নাইবাঃ তেওঁ হ’ল জগতখন ধাৰণ কৰোতা, ভগৱান ঈশ্বৰ। তেওঁই হ’ল সকলোৰে উৰ্ধত।

9. ঈশ্বৰৰ আদি অন্ত আছেনে?
উত্তৰঃ ঈশ্বৰৰ আদি অন্ত নাই।

10. হেমকোষ কি?
উত্তৰঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃত্তপত্তিগত অভিধান।
নাইবাঃ হোমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক ‘হেমচন্দৰ বৰুৱা।

READ MORE  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese - SEBA

11. কবিয়ে আমি ধনী, মানী আৰু যশস্ত্ৰী হলে কাৰ আনন্দৰ সীসা নথকাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে আমি ধনী, মানী আৰু যশস্ত্ৰী হলে আমাৰ পিতৃ-মাতৃৰ আনন্দৰ সীসা নথাকে বুলি কৈছে।

12. অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?
উত্তৰঃ অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে।
নাইবাঃ যি দেশৰ অধিকাৰ আৰু শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে আস্থিৰ।

13. অধিকাৰ নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশৰ অস্থিৰতাক লগত তুলনা কৰিব পাৰি।

14. হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল।
নাইবাঃ তেওঁ ‘আসাম নিউজ’ কাকতৰ সম্পাদনা আছিল।

চমু প্ৰশ্নোত্তৰ

1. শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সতকাৰ কিয় ৰাখিব লাগে?
উত্তৰঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে। কাৰণ পিতৃ মাতৃয়ে আমাক জন্ম দিয়ে লালন পালন কৰে, জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে। শিক্ষকসকলে আমাক জ্ঞান দিয়ে। আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো। শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা, নুৰুজা কথাবোৰ বুজি পোৱাত সহায় কৰে। শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে। শিক্ষকৰ ঋন কোনো ছাত্র – ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে। আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি মাত্র এটি আখৰো ছাত্রক সিকাই, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও। গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান সতকাৰ সদাই ৰাখিব লাগে।

2. ঈশ্ৱৰৰ পাচতে পিতৃ – মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা?
উত্তৰঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্রদ্ধাই হৈছে সন্মান। কোনো এজন লোকে তেওঁৰ নিজৰ গুন · পদমযাদা আদিৰ ভিক্তিত সমাজ এখনত সন্মান লাভ কৰে।

READ MORE  সুখ | Chapter 14 | Class 9 Assamese - SEBA

আমাৰ পাঠ্যপুথিত অন্তগর্ত সন্মান পাঠটিৰ প্রকৃত সন্মানৰ ৰাত্ৰ কোন · কাক আমি সন্মান প্রদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে। সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ। তেওঁ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি অন্ত নাই। তেওঁ সকলোকে সৃষ্টিকর্তা আৰু পালনকর্তা। গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে।

ঈশ্বৰৰ পিছতে দ্বিতীয় শ্রেষ্ঠজন হৈছে আমাৰ পিতৃ – মাতৃ। কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে জ্ঞান বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে সদাই। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযশে তেওঁলোকক মনোকষ্ট দিয়ে। তেওঁলোকে আমাৰ বাবে বহুত দুখ কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য বা সন্মানীয়।

3. সন্মান পাঠটোৰ পৰা কি কি শিকিলা। চমুকৈ লিখা।
উত্তৰঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্রদ্ধাই হৈছে সন্মান। কোনো এজন লোকে তেওঁৰ নিজৰ গুন · পদমযাদা আদিৰ ভিক্তিত সমাজ এখনত সন্মান লাভ কৰে।

আমাৰ পাঠ্যপুথিত অন্তগর্ত সন্মান পাঠটিৰ প্রকৃত সন্মানৰ ৰাত্ৰ কোন · কাক আমি সন্মান প্রদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে। সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ। তেওঁ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি অন্ত নাই। তেওঁ সকলোকে সৃষ্টিকর্তা আৰু পালনকর্তা। গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে।

READ MORE  মানৱ বন্দনা | Chapter 2 | Class 9 Assamese - SEBA

ঈশ্বৰৰ পিছতে দ্বিতীয় শ্রেষ্ঠজন হৈছে আমাৰ পিতৃ – মাতৃ। কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে জ্ঞান বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে সদাই। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযশে তেওঁলোকক মনোকষ্ট দিয়ে। তেওঁলোকে আমাৰ বাবে বহুত দুখ কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য বা সন্মানীয়।

আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে। কাৰণ পিতৃ মাতৃয়ে আমাক জন্ম দিয়ে লালন পালন কৰে, জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে। শিক্ষকসকলে আমাক জ্ঞান দিয়ে। আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো। শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা, নুৰুজা কথাবোৰ বুজি পোৱাত সহায় কৰে। শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে। শিক্ষকৰ ঋন কোনো ছাত্র – ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে। আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি মাত্র এটি আখৰো ছাত্রক সিকাই, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও। গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান সতকাৰ সদাই ৰাখিব লাগে।

ভাষা বিষয়ক

1. তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
—নৰিয়া, জগত, লোতক, চকু, হেতু, মান।
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
নৰিয়াৰোগ, বেমাৰ, অসুখ।
জগতধৰিত্ৰী, পৃথিৱী।
লোতকঅশ্রু,  চকুপানী, চকুলো।
চকুনেত্র, নয়ন, অক্ষি।
হেতুকাৰণ।
মানশ্রদ্ধা, সন্মান।

2. বিপৰীত শব্দ লিখা।
—শ্রদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায়।
উত্তৰঃ 

শব্দবিপৰীত শব্দ
শ্ৰদ্ধাঘৃনা, অশ্রদ্ধা
শলাগঅশলাগ
আদিঅন্ত
দুষ্টসান্ত, সত
জ্যেষ্ঠকনিষ্ঠ
ন্যায়অন্যায়

Leave a Comment

error: Content is protected !!
Scroll to Top